সদস্য:Boranitul
From Wikipedia, the free encyclopedia
Wikipedia:Babel | |||||||||
---|---|---|---|---|---|---|---|---|---|
| |||||||||
Search user languages |
![]() |
নমস্কাৰ, Boranitul
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
![]() |
বিষ্ণু শইকীয়াবাৰ্তা19:17, 17 এপ্ৰিল 2012(UTC)
মোৰ বিষয়ে
নমস্কাৰ| মই নিতুল বৰা। বসতি স্থান নগাঁও। কৰ্মসুত্ৰে মই অসম চৰকাৰৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ, নগাঁও সংমণ্ডল, নগাঁও কাৰ্য্যালয়ত কৰ্মৰত। চিৰ চেনেহী মোৰ অসমীয়া ভাষাটোৰ প্ৰসাৰতাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াত যদি অলপ হ’লেও বৰঙনি আগবঢ়াব পাৰো সেয়াই হ’ব মোৰ বাবে জন্মভূমিৰ প্ৰতি কৰ্তব্য পালন|