সহায়:সম্পাদনা
From Wikipedia, the free encyclopedia
"ৱিকিপিডিয়া:সম্পাদনা" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। সম্পাদনা নীতিৰ বাবে, ৱিকিপিডিয়া:সম্পাদনা নীতি চাওক।
ৱিকিপিডিয়া হৈছে এটা ৱিকি, অৰ্থাত্ প্ৰত্যেকেই যিকোনো অসুৰক্ষিত পৃষ্ঠা সম্পাদনা কৰিব পাৰে আৰু সকলো পঢ়ুৱৈৰ বাবে প্ৰবন্ধটো উন্নত কৰিব পাৰে। আপুনি ইয়াৰ বাবে পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। সম্পাদনা কৰাজনক "ৱিকিপিডিয়ান" বুলি কোৱা হয়। সম্পাদনা যি স্তৰৰে নহওক, ৱিকিপিডিয়াক সহায় কৰাৰ বাবে তেওঁ গৌৰৱ কৰিব পাৰে।
টোকা: আপুনি পৰীক্ষাগাৰ ব্যৱহাৰ কৰি পৃষ্ঠা সম্পাদনাৰ পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে।
অতিৰিক্ত তথ্য: ৱিকিপিডিয়া:পাতনি, ৱিকিপিডিয়া:টিউটৰিয়েল, ৱিকিপিডিয়া:প্ৰবন্ধ এটা আৰম্ভ কেনেকৈ কৰিব, আৰু ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
- সৰল ভাষাত থোৰতে সম্পাদনাৰ বিষয়ে জানিবলৈ সহায়:সৰল সম্পাদনা চাওক।
চমুপথবোৰ: WP:H2EAP WP:HEP WP:HOW WP:EDIT |
---|