From Wikipedia, the free encyclopedia
সিন্ধি বিৰিয়ানী হৈছে পাকিস্তানৰ সিন্ধু প্ৰদেশৰ পৰা উৎপত্তি হোৱা এক বিশেষ মাংস আৰু চাউলেৰে তৈয়াৰী বিৰিয়ানী খাদ্য ৷ পাকিস্তানী খাদ্য আৰু সিন্ধী খাদ্যৰ অন্যতম ব্যৱহৃত তথা জনপ্ৰিয় খাদ্য এইবিধ। [1]
এই বিখ্যাত সিন্ধী খাদ্যবিধ ৰন্ধাত ব্যৱহাৰ কৰা মৌলিক উপকৰণসমূহ তলত উল্লেখ কৰা হ’ল:
মাটন বা চিকেন বা মাছ বা মিছামাছ, বাছমতী চাউল, আলু, বিলাহী, দৈ, নিমখ, পিঁয়াজ, হালধি , হালধি, আদা, ইলাচি, ক'লা ইলাচিৰ গুটি, লৱঙ্গ, ৰঙা জলকীয়া, জিৰা গুটি, ডালচেনিৰ লাঠি, ৰঙা মৰিচাৰ গুড়ি, তেল, পদিনা পাত, ধনীয়া পাত, কেশৰ, থেতেলিয়াই লোৱা আলু, সেউজীয়া মৰিচা কুচি, জিৰা আৰু জলকীয়া গুড়ি।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.