হলি চেম্পছন
আমেৰিকান অভিনেত্ৰী আৰু মডেল From Wikipedia, the free encyclopedia
আমেৰিকান অভিনেত্ৰী আৰু মডেল From Wikipedia, the free encyclopedia
হলি জয় চেম্পছন ( ইংৰাজী : Holy Joy Sampson ; জন্ম: ৪ ছেপ্টেম্বৰ, ১৯৭৩), যাক নিকোলেট ফষ্টাৰ, আন্দ্ৰেয়া মাইকেলছ বা জো [1] নামেৰেও জনা যায়। চেম্পছন এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তাই মূলসুঁতিৰ চলচ্চিত্ৰৰ লগতে পৰ্ণগ্ৰাফিক চলচ্চিত্ৰতো অভিনয় কৰিছিল। তাৰোপৰি তাই কেইবাটাও টেলিভিছন শ্ব'ত অভিনয় কৰিছিল। ১৯৯০ চনত মুক্তিপ্ৰাপ্ত কমেডী-ড্ৰামা বৈশিষ্ট্যপূৰ্ণ ছবি পাম্প আপ দ্য ভলিউমত কৰা অভিনয়ৰ বাবে তাই বেছিকৈ পৰিচিত হয়। ২০০০ চনত তাই ইমানুৱেল চিৰিজত অভিনয় কৰি অধিক পৰিচিত হৈ উঠে। [2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.