হিন্দী ভাষা
মূলতঃ দক্ষিণ এছিয়াত কথিত ভাৰত-আৰ্য্য ভাষা / From Wikipedia, the free encyclopedia
হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ এটা চৰকাৰী (official) ভাষা। ভাৰতৰ উপৰি নেপাল, মৰিচাচত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক গোষ্ঠীৰ মাজত এই ভাষাৰ প্ৰচলন আছে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য হিন্দী, থলুৱা অঞ্চল ...
হিন্দী | |
---|---|
हिन्दी, हिंदी | |
দেৱনাগৰী আৰু নাস্তালিক লিপিত লিখা হিন্দী জুৱান | |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | দক্ষিণ এছিয়া |
স্থানীয় ভাষিক |
মাতৃভাষী ৪৮ কোটি; মুঠ ৮০ কোটি |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | দেৱনাগৰী লিপি,নাস্তালিক লিপি[1] (উনবিংশ শতিকাৰ মাজভাগলৈকে), কৈথী (ঐতিহাসিক), মহাযানী (ঐতিহাসিক) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভাৰত |
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা |
|
নিয়মাধীন হয় |
কেন্দ্ৰীয় হিন্দী নিৰ্দেশালয় |
ভাষা সংকেত | |
ISO 639-1 | hi |
ISO 639-2 | hin |
ISO 639-3 | hin |
বন্ধ কৰক