হেমচন্দ্ৰ গোস্বামী
অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো অসমীয়া সাহিত্যক গৰাকীৰ বিষয়ে। মুখাশিল্পী জনৰ বাবে হেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী) চাওক।
হেমচন্দ্ৰ গোস্বামী (ইংৰাজী: Hemchandra Goswami; ১৮৭২-১৯২৮) অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি।[1]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
ক্ষিপ্ৰ তথ্য হেমচন্দ্ৰ গোস্বামী, জন্ম ...
হেমচন্দ্ৰ গোস্বামী | |
---|---|
জন্ম | ৮ জানুৱাৰী ১৮৭২ গৌৰাং সত্ৰ, গোলাঘাট |
মৃত্যু | ২ মে' ১৯২৮ গুৱাহাটী |
পেচা | সাহিত্যিক |
বন্ধ কৰক