২০০১ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ একাদশ বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হয়। ভোটদানৰ হাৰ আছিল ৭৫.০৫%। এই নিৰ্বাচনে গুপ্তহত্যা, বিত্তীয় সংকট আদিয়ে জুৰুলা কৰা অসম গণ পৰিষদৰ চৰকাৰখনৰ পতন মাতি আনিছিল। ৭১খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ২০খন আসন লাভ কৰি অগপই বিৰোধীৰ আসনত বহে।[1]
ক্ষিপ্ৰ তথ্য অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন, ভোটদানৰ হাৰ ...
অসম বিধানসভা নিৰ্বাচন, ২০০১
|
|
|
অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন |
ভোটদানৰ হাৰ |
৭৫.০৫% |
|
সংখ্যাগৰিষ্ঠ দল |
সংখ্যালঘিষ্ঠ দল |
|
|
|
নেতা |
তৰুণ গগৈ | প্ৰফুল্ল কুমাৰ মহন্ত |
দল |
কংগ্ৰেছ |
অগপ |
নেতাৰ আসন |
তিতাবৰ | বঢ়মপুৰ |
|
|
অসম বিধানসভাৰ সমষ্টিসমূহ |
|
বন্ধ কৰক