ত্ৰয়োদশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ১১ এপ্ৰিল, ২০১১ তাৰিখে ১২৬টা সমষ্টিৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ১৩ মাৰ্চ, ২০১১ তাৰিখে।[1] নিৰ্বাচনত ৭৮খন আসম লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰে আৰু তৰুণ গগৈয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰে।[2] তৰুণ গগৈ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্ব লাভ কৰা দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। প্ৰথমগৰাকী আছিল বিমলা প্ৰসাদ চলিহা।
ক্ষিপ্ৰ তথ্য অসম বিধালসভাৰ মুঠ ১২৬থন আসনৰ বাবে, ভোটদানৰ হাৰ ...
অসম বিধানসভা নিৰ্বাচন, ২০১১
|
|
|
|
বন্ধ কৰক