২৫ মে' (ইংৰাজী: 25 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৫তম (অধিবৰ্ষত ১৪৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২০টা দিন বাকী থাকে।

১০১১
১২১৩১৪১৫১৬১৭১৮
১৯২০২১২২২৩২৪২৫
২৬২৭২৮২৯৩০৩১  

উল্লেখযোগ্য ঘটনাৱলী

  • ২০১৪ - ভাৰতীয় পৰ্বতাৰোহী মালাৱাত পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰি মাত্ৰ ১৩ বছৰ, ১১মাহ বয়সতে হিমালয়ৰ উচ্চ শিখৰ আৰোহণ কৰা বৰ্তমানলৈ বিশ্বৰ একেবাৰেই কমবয়সীয়া নাৰী হিচাপে বিবেচিত হয়।[1]
  • ২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰে।

জন্ম

  • ১৮৬৫ - পিটাৰ জেমান, নেদাৰলেণ্ডৰ বিখ্যাত পদাৰ্থবিজ্ঞানী।
  • ১৯৭৪ - যমুনা কৃষ্ণণ, ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী।
  • ১৮৯৫ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ।(মৃত্যু: ১৯৭৫ চন)
  • ১৯০৬ - ৰামকিঙ্কৰ বেইজ, ভাৰতৰ পশ্চিমবঙ্গ, বাঁকুড়া জিলাৰ বিখ্যাত ভাস্কৰ।
  • ১৯২৭ - ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
  • ১৯৬৩‌ - মাইক মায়াৰ্ছ, আমেৰিকান কৌতুকাভিনেতা।

মৃত্যু

  • ২০০৫ - সুনীল দত্ত (বলৰাজ দত্ত), পদ্মশ্ৰী (১৯৬৮), বোলছবি অভিনেতা, প্ৰয়োজক, পৰিচালক আৰু ৰাজনীতিবিদ, প্ৰাক্তন যুৱ কাৰ্যক্ৰম আৰু ক্ৰীয়া মন্ত্ৰী (২০০৪–২০০৫), জনপ্ৰিয় বোলছবি মাদাৰ ইণ্ডিয়া
  • ২০২০ - বলবীৰ সিং দচাংঝ, ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ। (জন্মঃ ১৯৩২)

দিৱস

  • বিশ্ব থাইৰয়ড দিৱস।

বহিঃসংযোগ

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.