ৱিকিপিডিয়া:অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা
From Wikipedia, the free encyclopedia
বিশেষ দ্ৰষ্টব্য: এই তালিকাখন মেটা-ৱিকিৰ গোলকীয় তালিকাৰ প্ৰতিলিপি। অনুগ্ৰহ কৰি এই তালিকাখন পোনপটিয়াকৈ সলনি নকৰে যেন। আপুনি যদি কোনো বিষয় ইয়াত সংযোগ কৰিব বিচাৰে, প্ৰথমে মেটা-ৱিকিৰ আলোচনা পৃষ্ঠাত আলোচনা কৰক। কোনো বিষয় সংযোগ বা বিলোপ কৰিবৰ বাবে উপযুক্ত যুক্তি দৰ্শোৱা প্ৰয়োজন।
প্ৰথম স্তৰ | দ্বিতীয় স্তৰ | তৃতীয় স্তৰ | চতুৰ্থ স্তৰ | পঞ্চম স্তৰ |
চমুপথবোৰ: WP:VA WP:VITAL |
---|
এই তালিকাখনত অন্তৰ্ভুক্ত কৰা প্ৰবন্ধসমূহ প্ৰতিখন ৱিকিপিডিয়াতে থকাতো অত্যাৱশ্যকীয় হিচাপে বিবেচনা কৰা হয়। এই প্ৰবন্ধসমূহ উচ্চ মানদণ্ডৰ তথা নিৰ্বাচিত প্ৰবন্ধ হোৱাটো বাঞ্ছনীয়। অসমীয়া ৱিকিপিডিয়াতো এই প্ৰবন্ধসমূহ থকাটো প্ৰয়োজনীয়। আপুনিও এই প্ৰবন্ধসমূহ সৃষ্টি বা বিস্তাৰ কৰাত সহায় কৰিব পাৰে। অধিক সহায়ৰ বাবে ইয়াত ক্লিক কৰক।
এই পৃষ্ঠাত ৱিকিপিডিয়াৰ ১,০০০ অত্যাৱশ্যকীয় প্ৰবন্ধক তালিকাভুক্ত কৰা হৈছে। এই তালিকা হৈছে ৱিকিপিডিয়াৰ অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ তৃতীয় স্তৰ। ১০,০০০ প্ৰবন্ধ সমৃদ্ধ বিস্তাৰিত তালিকা চতুৰ্থ স্তৰৰ এখনো ইয়াত উপলব্ধ আছে। আন দুখন চমু তালিকা ক্ৰমে দ্বিতীয় স্তৰৰ ১০০টা প্ৰবন্ধ আৰু প্ৰথম স্তৰৰ শীৰ্ষ ১০টা প্ৰবন্ধও আছে। এই তালিকাখনৰ নবীনতম সংস্কৰণটোৰ বাবে এই লিঙ্কটো চাব পাৰে। পঞ্চম স্তৰৰ আন এখন তালিকা আছে, যিখনত ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াবোৰত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা দিয়া হৈছে।
৬৮.৩% প্ৰবন্ধ সৃষ্টি কৰা হ'ল
বিষয় | প্ৰবন্ধৰ সংখ্যা | প্ৰবন্ধ আছে | প্ৰবন্ধ নাই |
---|---|---|---|
জীৱনী | ২০৪ | ৯৭ | ১০৭ |
দৰ্শন আৰু মনোবিজ্ঞান | ১৮ | ১০ | ৮ |
বিশ্ববীক্ষা আৰু ধৰ্ম | ২৫ | ১৫ | ১০ |
সমাজ বিজ্ঞান | ৭০ | ৪৩ | ২৭ |
ভাষা আৰু সাহিত্য | ৪৬ | ২১ | ২৫ |
প্ৰমিতি | ১২ | ১২ | ০ |
বিজ্ঞান | ২৫৭ | ২৩৮ | ১৯ |
খাদ্য আৰু কৃষি | ৩৪ | ২৬ | ৮ |
প্ৰযুক্তি | ৬৭ | ২৮ | ৩৯ |
কলা আৰু বিনোদন | ৭৫ | ২৯ | ৪৬ |
ইতিহাস | ৪৬ | ২০ | ২৬ |
ভূগোল | ১৪৬ | ১১২ | ৩৪ |
মুঠ | ১০০০ | ৬৫১ | ৩৪৯ |
* এই তালিকাখন অন্তিমবাৰৰ বাবে ২৯ জুলাই ২০২১-ত সংশোধন কৰা হৈছিল।