কদম
From Wikipedia, the free encyclopedia
কদম (বৈজ্ঞানিক নাম: Neonauclea cadamba ) ভাৰতৰ ঘাইকৈ অসম , পশ্চিমবংগ, আন্দামান দ্বীপপুঞ্জ,আৰু বাংলাদেশৰ এক সাধাৰণ গছ। নীপ, বৃত্তপুষ্প, মেঘাগমপ্ৰিয়, কৰ্ণপূৰক, ভৃঙ্গবল্লভ, মঞ্জুকেশিনী, পুলকি, সৰ্ষপ, প্ৰাবৃষ্য, ললনাপ্ৰিয়, সুৰভি, সিন্ধুপুষ্প ইত্যাদি বিভিন্ন নামেৰে কদম জনাজাত।[1]
ক্ষিপ্ৰ তথ্য কদম Neonauclea cadamba, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
কদম Neonauclea cadamba | |
---|---|
কদম গছ | |
কদম ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Gentianales |
পৰিয়াল: | Rubiaceae |
গণ: | Neolamarckia |
প্ৰজাতি: | N. cadamba |
বৈজ্ঞানিক নাম | |
Neolamarckia cadamba (Roxb.) Bosser | |
সমাৰ্থক | |
Nauclea cadamba Roxb. |
বন্ধ কৰক