![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fb/Indian_Cuckoo_%2528J%2529.jpg/640px-Indian_Cuckoo_%2528J%2529.jpg&w=640&q=50)
কেতেকী
From Wikipedia, the free encyclopedia
কেতেকী (ইংৰাজী: Indian Cuckoo, বৈজ্ঞানিক নাম: Cuculus micropterus) কুকুলিফৰমছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত কুলিজাতীয় এবিধ চৰাইৰ প্ৰজাতি। ই অকলশৰীয়াকৈ থকা লাজকুৰীয়া (solitary and shy ) বিধৰ চৰাই। এই চৰাইবিধ এছিয়াৰ পাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া তথা চীন আৰু ৰাছিয়ালৈকে পোৱা যায়।
ক্ষিপ্ৰ তথ্য কেতেকী (Indian Cuckoo), সংৰক্ষণ স্থিতি ...
কেতেকী (Indian Cuckoo) | |
---|---|
![]() | |
কেৰালাৰ কন্নুৰ (Kannur) ত কেতেকী চৰাইৰ এটা পোৱালী” | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Cuculiformes |
পৰিয়াল: | Cuculidae |
গণ: | Cuculus |
প্ৰজাতি: | C. micropterus |
বৈজ্ঞানিক নাম | |
Cuculus micropterus Gould, 1837[2] | |
![]() |
বন্ধ কৰক