ঘিলা হাঁহ
হাঁহৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
ঘিলা হাঁহ[2] বা নাক খেচখেচী[2](ইংৰাজী: Cotton Pygmy Goose বা Cotton Teal[3], বৈজ্ঞানিক নাম-Nettapus coromandelianus) এটা সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই ঘাইকৈ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে।
ক্ষিপ্ৰ তথ্য ঘিলা হাঁহ(Cotton Pygmy Goose), সংৰক্ষণ স্থিতি ...
ঘিলা হাঁহ(Cotton Pygmy Goose) | |
---|---|
ঘিলা হাঁহ। সমুখৰটো মতা আৰু পিচৰতো মাইকী।(albipennis উপ প্ৰজাতিৰ) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
গণ: | Nettapus |
প্ৰজাতি: | N. coromandelianus |
বৈজ্ঞানিক নাম | |
Nettapus coromandelianus Gmelin, 1789 | |
Subspecies | |
|
বন্ধ কৰক