ছিলঠীয়া ভাষা
চিলেটত কোৱা ইন্দো-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
ছিলঠীয়া (ছিলঠীয়া: ꠍꠤꠟꠐꠤ, বঙালী: সিলেটি) বা ছিলঠীয়া নাগৰী ভাষা[2][3][4] বাংলাদেশৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত ছিলঠ বিভাগ; অসমৰ হোজাই জিলা আৰু বৰাক উপত্যকা; আৰু ত্ৰিপুৰাৰ কিছু অংশত প্ৰচলিত ভাষা। লগতে, যিহেতু বাংলাদেশৰ চিলেট বিভাগৰ চিলেট পূব অঞ্চলত আৰু বাংলা ভাষাৰ মানক ৰূপটো পশ্চিম আঞ্চলিক বাংলা নাদিয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, সেয়েহে বাংলা ভাষাৰ মূল ৰূপৰ পৰা ই ভাষা যথেষ্ট পৃথক। যি ১১.৮ মিলিয়ন ভাষাভাষীৰে বিশ্বৰ ৯৭ নম্বৰ বৃহত্তম ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে।
ক্ষিপ্ৰ তথ্য ছিলঠীয়া ꠍꠤꠟꠐꠤ, অঞ্চল ...
ছিলঠীয়া ꠍꠤꠟꠐꠤ | |
---|---|
অঞ্চল | বাংলাদেশ (ছিলঠ বিভাগ) আৰু ভাৰত (অসমৰ বৰাক উপত্যকা আৰু হোজাই; শ্বিলং আৰু ত্ৰিপুৰাৰ কিছু অংশ) |
স্থানীয় ভাষিক |
ne2007 |
ভাষা পৰিয়াল |
হিন্দ-ইউৰোপীয়
|
লিখন প্ৰণালী | ছিলঠীয়া নাগৰী, পূৰ্ব-নাগৰী আৰু ৰোমান |
ভাষা সংকেত | |
ISO 639-3 | syl |
গ্লোটোলগ | sylh1242 [1] |
লিংগোৱাস্ফেয়াৰ | 59-AAF-ui |
দক্ষিণ এছিয়াৰ ছিলঠীয়া ভাষী অঞ্চল | |
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
বন্ধ কৰক