![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a2/Black-breasted_Weaver_I_IMG_9557.jpg/640px-Black-breasted_Weaver_I_IMG_9557.jpg&w=640&q=50)
টোকোৰা
এবিধ চৰাইৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
টোকোৰা (ইংৰাজী: Black-throated Weaver, বৈজ্ঞানিক নাম-Ploceus benghalensis) ভাৰতৰ নদীকাষৰীয়া সমতল ভূমিত দেখা পোৱা এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ইহঁতক ঘাইকৈ প্ৰজননৰ সময়ত সঁজা চকুত লগা বিশেষধৰণৰ বাহৰ বাবে জনা যায়।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ক্ষিপ্ৰ তথ্য টোকোৰা (Black-breasted Weaver), সংৰক্ষণ স্থিতি ...
টোকোৰা (Black-breasted Weaver) | |
---|---|
![]() | |
At Hodal in Faridabad District of Haryana, India. | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Ploceidae |
গণ: | Ploceus |
প্ৰজাতি: | P. benghalensis |
বৈজ্ঞানিক নাম | |
Ploceus benghalensis (Linnaeus, 1758) |
বন্ধ কৰক