![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a7/Spotted_Dove_%2528Streptopelia_chinensis%2529_on_a_Kapok_%2528Ceiba_pentandra%2529_tree_in_Kolkata_W_IMG_3476.jpg/640px-Spotted_Dove_%2528Streptopelia_chinensis%2529_on_a_Kapok_%2528Ceiba_pentandra%2529_tree_in_Kolkata_W_IMG_3476.jpg&w=640&q=50)
তিল কপৌ
সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই / From Wikipedia, the free encyclopedia
তিল কপৌ (ইংৰাজী: Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই। দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত।
ক্ষিপ্ৰ তথ্য তিল কপৌ (Spotted Dove), সংৰক্ষণ স্থিতি ...
তিল কপৌ (Spotted Dove) | |
---|---|
![]() | |
টাছমেনিয়াত S. c. tigrina উপ-প্ৰজাতিৰ তিল কপৌ]]) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Columbiformes |
পৰিয়াল: | Columbidae |
গণ: | Spilopelia |
প্ৰজাতি: | S. chinensis |
বৈজ্ঞানিক নাম | |
Spilopelia chinensis (Scopoli, 1768) | |
Subspecies | |
| |
সমাৰ্থক | |
|
বন্ধ কৰক