নাচনী চৰাই
From Wikipedia, the free encyclopedia
নাচনী চৰাই[2] (ইংৰাজী: White-throated Fantail, বৈজ্ঞানিক নাম-Rhipidura albicollis) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷
ক্ষিপ্ৰ তথ্য নাচনী চৰাই (White-throated Fantail), সংৰক্ষণ স্থিতি ...
নাচনী চৰাই (White-throated Fantail) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Rhipiduridae |
গণ: | Rhipidura |
প্ৰজাতি: | R. albicollis |
বৈজ্ঞানিক নাম | |
Rhipidura albicollis (Vieillot, 1818) |
বন্ধ কৰক