বৰটোকোলা
From Wikipedia, the free encyclopedia
বৰটোকোলা (ইংৰাজী: Lesser Adjutant Stork, বৈজ্ঞানিক নাম: Leptoptilos javanicus) Ciconiidae পৰিয়ালৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ বগলীজাতীয় চৰাই। এই গোত্ৰৰ অন্যান্য চৰাই সমূহৰ দৰেই ইয়াৰ ডিঙি আৰু মূৰত কোনো নোম বা পাখি নাই (bare)। ইয়াক সাধাৰণতে জলাশয় সমূহত চৰি থকা দেখা যায়। বৰটোকোলা দক্ষিণ-পূব এছিয়াত ভাৰত ৰ পৰা জাভা লৈকে বহুল ভাৱে বিস্তৃত।
ক্ষিপ্ৰ তথ্য বৰটোকোলা, সংৰক্ষণ স্থিতি ...
বৰটোকোলা | |
---|---|
বৰটোকোলা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Ciconiiformes |
পৰিয়াল: | Ciconiidae |
গণ: | Leptoptilos |
প্ৰজাতি: | L. javanicus |
বৈজ্ঞানিক নাম | |
Leptoptilos javanicus Horsfield, 1821 |
বন্ধ কৰক