নাহৰফুটুকী বাঘ
From Wikipedia, the free encyclopedia
নাহৰফুটুকী বাঘ (ইংৰাজী: Leopard, বৈজ্ঞানিক নাম: Panthera pardus) ফেলিডি (Felidae) গোত্ৰৰ বৃহৎ মেকুৰী (big cat)ৰ চাৰিটা প্ৰজাতিৰ আটাইতকৈ সৰু সদস্য। বাকী তিনিটা হৈছে ঢেঁকীয়াপতীয়া বাঘ, সিংহ আৰু জাগুৱাৰ। পূৰ্বতে নাহৰফুটুকী বাঘ আফ্ৰিকাৰ দক্ষিণ আফ্ৰিকা জুৰি বিস্তৃত আছিল যদিও বৰ্তমান বাসস্থানৰ অভাৱ তথা চোৰাংচিকাৰৰ ফলত ইয়াৰ বিস্তৃতি বহুখিনি হ্ৰাস পাইছে। বৰ্তমান ইয়াক প্ৰধানকৈ আফ্ৰিকাত দেখা পোৱা যায়। ইয়াৰ দ্ৰুত জনসংখ্যা হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি নাহৰফুটুকী বাঘক আইইউচিএন-ৰ ৰেড লিষ্টত বিপথগামী (Near Threatened) বুলি অভিহিত কৰা হৈছে।[1]
ক্ষিপ্ৰ তথ্য নাহৰফুটুকী বাঘ Leopard জীৱাশ্ম কাল: Late Pliocene or Early Pleistocene to Recent, সংৰক্ষণ স্থিতি ...
নাহৰফুটুকী বাঘ Leopard জীৱাশ্ম কাল: Late Pliocene or Early Pleistocene to Recent | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Carnivora |
পৰিয়াল: | Felidae |
গণ: | Panthera |
প্ৰজাতি: | P. pardus |
বৈজ্ঞানিক নাম | |
Panthera pardus (Linnaeus, 1758) | |
নাহৰফুটুকী বাঘৰ বিতৰণ, পূৰ্বৰ[কেতিয়া ?] (ৰঙা), বৰ্তমান (সেউজীয়া), আৰু অনিশ্চিত (হালধীয়া) | |
সমাৰ্থক | |
Felis pardus Linnaeus, 1758 |
বন্ধ কৰক