প্ৰস্তুতি পৰাশৰ
ভাৰতীয় অভিনেতা / From Wikipedia, the free encyclopedia
প্ৰস্তুতি পৰাশৰ (ইংৰাজী: Prastuti Porasor) অসমীয়া চলচ্চিত্ৰ জগত, দূৰদৰ্শন আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ উল্লেখযোগ্য অভিনেত্ৰী[1] তেওঁ অসমীয়া ভাষাৰ কেইবাখনো বোলছবিত অভিনয় কৰিছে।[2]
ক্ষিপ্ৰ তথ্য প্ৰস্তুতি পৰাশৰ, জন্ম ...
প্ৰস্তুতি পৰাশৰ | |
---|---|
প্ৰস্তুতি পৰাশৰ | |
জন্ম | ১৫ ডিচেম্বৰ মালৌ আলি, যোৰহাট,অসম |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | জগন্নাথ বৰুৱা মহাবিদ্যালয় |
পেচা | অভিনেত্ৰী |
ধৰ্ম | হিন্দু ধৰ্ম |
পিতৃ-মাতৃ | বিজয় চন্দ্ৰ শৰ্মা (পিতৃ) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ অভিনেত্ৰী (ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪, ২০০১-০২ বৰ্ষ) |
বন্ধ কৰক
২০০১-০২ বৰ্ষত প্ৰস্তুতি পৰাশৰে গুণ গুণ গানে গানে বোলছবিখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ২০০৮-০৯ বৰ্ষত মুনলাইট এৱাৰ্ডছৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈও তেওঁ মনোনীত হৈছিল।