মাটি সাপ
From Wikipedia, the free encyclopedia
মাটি সাপ (ইংৰাজী: Brahminy blind snake, বৈজ্ঞানিক নাম: Ramphotyphlops braminus) এবিধ অবিষাক্ত সাপৰ প্ৰজাতি। এই সাপবিধ প্ৰধানকৈ আফ্ৰিকা আৰু এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। অৱশ্যে এই সাপবিধ বিশ্বৰ অন্যান্য বহুতো ঠাইত নতুনকৈ সংস্থাপিতও কৰা হৈছে।
ক্ষিপ্ৰ তথ্য মাটি সাপ, সংৰক্ষণ স্থিতি ...
মাটি সাপ | |
---|---|
সংৰক্ষণ স্থিতি | |
Not evaluated (IUCN 3.1) | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
উপপৰ্ব: | Vertebrata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Typhlopidae |
গণ: | Ramphotyphlops |
প্ৰজাতি: | R. braminus |
বৈজ্ঞানিক নাম | |
Ramphotyphlops braminus (Daudin, 1803) | |
সমাৰ্থক | |
|
বন্ধ কৰক