সদস্য:JyotiPN
From Wikipedia, the free encyclopedia
ক্ষিপ্ৰ তথ্য নাম, লিংগ ...
নাম | প্ৰাণজ্যোতি নাথ |
---|---|
লিংগ | Female |
জন্ম স্থান | যোৰহাট, অসম |
বৰ্তমান সময় | ১০ ডিচেম্বৰ ২০২৩, ২১:১৬ (ভা মা স) ১০ ডিচেম্বৰ ২০২৩, দেওবাৰ, ১৫:৪৬ (ইউ টি চি) |
জাতীয়তা | ভাৰতীয় |
শিক্ষা আৰু নিযুক্তি | |
পেচা | freelance writer |
যোগাযোগ | |
ব্লগ | http://nathpranjyoti.blogspot.com/ |
ই-মেইল | pranjyoti.kalita.nath@gmail.com |
বন্ধ কৰক
অধিক তথ্য <উৎস>, ব্যবহাৰকাৰীৰ বাবেল তথ্য ...
বৰঙণি
|
বন্ধ কৰক
প্ৰাণজ্যোতি নাথৰ সদস্য পৃষ্ঠালৈ স্বাগতম
মই প্ৰাণজ্যোতি নাথ, এগৰাকী সৎ, অসমীয়া ৱিকিপিডিয়ান। মই অসমীয়া বিকিপিডিয়া আৰু ৱিকিউৎসত সম্পাদনা কৰি ভালপাওঁ। সংখ্যাত তাকৰ যদিও মন গ'লে মই কেতিয়াবা ইংৰাজী ৱিকি, ৱিকিউৎস আৰু বঙালী ৱিকিউৎসত সম্পাদনাৰ কাম কৰোঁ। আগলৈ মই হিন্দী ৱিকিতো কাম কৰাৰ আগ্ৰহ ৰাখিছোঁ। আজৰি সময়খিনি ভালভাৱে কটোৱাৰ উদ্দেশ্যে মই ৱিকিত কাম কৰোঁ।
JyotiPN সদস্য নামৰ উপৰিও Pranjyoti KNath আৰু Scatter2021 উপনামেৰে সম্পাদনা কৰোঁ।
দেবানন্দ উলুপ, মই অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা প্ৰথমটো প্ৰবন্ধ।