হাৰিভাংগা
From Wikipedia, the free encyclopedia
হাৰিভাংগা (ইংৰাজী: Haribhanga) অসমৰ নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত নামবৰভাগ মৌজাৰ পূব অংশত অৱস্থিত এখন বৃহৎ গাঁও। গাঁওখনত চুবুৰীৰ সংখ্যা ১৮ টা।
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |