২৯ আগষ্ট

তাৰিখ From Wikipedia, the free encyclopedia

Remove ads

২৯ আগষ্ট (ইংৰাজী: 29 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪১তম (অধিবৰ্ষত ২৪২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০১১১২১৩১৪১৫১৬
 ১৭ ১৮১৯২০২১২২২৩
২৪২৫২৬২৭২৮২৯৩০
৩১  

ঘটনাৱলী

  • ১৮৪২ - গ্ৰেট ব্ৰিটেইন আৰু চীনে নানকিঙ্গ চুক্তিত স্বাক্ষৰিত কৰে।
  • ১৮৮২ - অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল।
  • ১৮৮৫ - গ'টলিব ডায়েমলাৰে মটৰ চাইকেলৰ পেটেণ্ট লাভ কৰে। [1] [2]
  • ১৮৯৮ - গুডইয়েৰ টায়াৰ কোম্পানী প্ৰতিষ্ঠা কৰা হয়।
  • ১৯১০ - কোৰিয়া জাপানৰ অধীনলৈ যায়।
  • ১৯৪৭ - ড॰ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈ ভাৰতৰ সংবিধানখনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয়। উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।
  • ১৯৫৩ - ৰাছিয়াই আৰ ডি এছ.-১ (RDS-1) নামৰ প্ৰথম হাইড্ৰজেন বোমাৰ বিষ্ফোৰণ ঘটাই।
  • ১৯৮২ - ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল।
  • ১৯৯১ - ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ।
  • ২০০৪ - এথেন্স অলিম্পিক - ২০০৪ৰ সমাপ্তি ঘটে।
Remove ads

জন্ম

  • ১৬৩২ – জন ল'কে, ইংৰাজ দাৰ্শনিক, উদাৰতাবাদৰ জনক। (মৃঃ ২৮ অক্টোবৰ, ১৭০৪)
  • ১৮৬২ - মৰিচ মেটাৰলিংক, বেলজিয়ামৰ কবি, নাট্যকাৰ।
  • ১৯০২ - ভেৰিয়া এলউইন, ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক।
  • ১৯০৫ - মেজৰ ধ্যান চান্দ, হকীৰ যাদুকৰ। (মৃঃ ৩ ডিচেম্বৰ, ১৯৭৯)
  • ১৯১৫ - ইনগ্ৰিড বাৰ্গমেন, প্ৰখ্যাত অভিনেত্ৰী।
  • ১৯২৩ - ৰিছাৰ্ড এটেনবৰ', ব্ৰিটিছ আভিনেতা, অস্কাৰ বিজয়ী গান্ধী কথাছবিৰ নিৰ্মাতা আৰু পৰিচালক। (মৃঃ ২৪ আগষ্ট,২০১৪)
  • ১৯৪৯ - কে ৰাধাকৃষ্ণণ, ভাৰতৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰাক্তন অধ্যক্ষচন্দ্ৰযান ১ আৰু মঙ্গলযানৰ বাবে জনাজাত।
  • ১৯৫৮ - মাইকেল জেকছন (মাইকেল জেকচন), জনপ্ৰিয় পপ গায়ক। (মৃঃ ২৫ জুন, ২০০৯)
  • ১৯৫৯ - অক্কিনেনি নাগাৰ্জুনা ৰাও বা অক্কিনেনি নাগাৰ্জুন, টলীউডৰ অভিনেতা।
Remove ads

মৃত্যু

  • ১৮৫৩ - চাৰ্লছ জেমছ নেপিয়াৰ, ইংৰাজ সৈনিক, বোম্বাই আৰ্মীৰ সেনাপতি আৰু সিন্ধৰ গৱৰ্ণৰ আছিল। (মৃঃ ১০ আগষ্ট, ১৭৮২)
  • ১৮৬৫ - ৰবাৰ্ট ৰেমাক, পোলেণ্ড আৰু জাৰ্মানীৰ চিকিৎসা বিজ্ঞানী। (মৃঃ ১৬ জুলাই, ১৮১৫)
  • ১৯৭৬ - কাজী নজৰুল ইছলাম, জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক আৰু বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত আছিল।
  • ১৯৯০ - তাৰিকুদ্দিন আহমেদ, অসমীয়া সংগীত শিল্পী।
  • ১৯৯৪ - তুষাৰকান্তি ঘোষ, আন্তৰ্জাতিক খ্যাতি সম্পন্ন ভাৰতীয় বঙালী সাংবাদিক আৰু লেখক। (মৃঃ ২১ ছেপ্টেম্বৰ, ১৮৯৮)

দিৱস

বাহ্যিক সংযোগ



তথ্য়সূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads