ওড়িয়া ভাষা
ভাৰত-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
ওড়িয়া বা উৰিয়া (ଓଡ଼ିଆ oṛiā) ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটি ভাষা। অসমীয়া আৰু বাংলা ভাষাৰ লগত ভাষাটোৰ যথেষ্ট মিল আছে। এই ভাষাটো প্ৰায় ৩ কোটি ১০ লাখ (১৯৯৬ চনৰ হিচাব অনুযায়ী) লোকৰ মাতৃভাষা, যাৰ ভিতৰত অধিকাংশই ওড়িশা ৰাজ্যৰ অধিবাসী। ইয়াৰ উপৰিও পশ্চিমবঙ্গ আৰু ঝাড়খণ্ড ৰাজ্যতো উড়িয়া ভাষা প্ৰচলিত। উড়িয়া ভাৰতৰ ২২টা স্বীকৃতিপ্ৰাপ্ত ভাষাৰ মাজত এটা; ই উৰিষ্যাৰ চৰকাৰী ভাষা আৰু ঝাৰখণ্ডৰ দ্বিতীয় চৰকাৰী ভাষা।[2][3][4]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য ওড়িয়া, উচ্চাৰণ ...
ওড়িয়া | |
---|---|
Odia | |
ଓଡ଼ିଆ (ওড়িআ) oṛiā | |
উচ্চাৰণ | [oːɖiaː] |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | ওড়িশা, ঝাৰখণ্ড, পশ্চিম বংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ। লগতে চুৰাট, বেংগালুৰু, নতুন দিল্লী, মুম্বাই, পুণে, হায়দৰাবাদ আৰু চেন্নাই। |
জাতীয়তা | ওড়িয়া |
স্থানীয় ভাষিক |
[1] |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | ওড়িয়া (ব্ৰাহ্মীয়) ওড়িয়া ব্ৰেইলী |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ওড়িশা, ঝাৰখণ্ড |
ভাষা সংকেত | |
ISO 639-1 | or |
ISO 639-2 | ori |
ISO 639-3 | ori – inclusive codeIndividual codes: ory – Oriya spv – Sambalpuri bgw – Bhatri ort – Adivasi Oriya dso – Desiya |
বন্ধ কৰক