ক্ৰণচ
From Wikipedia, the free encyclopedia
গ্ৰীক কিংবদন্তিৰ পৌৰাণিক তথা সৰ্বমান্য ভাষ্যমতে ক্ৰণচ (ইংৰাজী: Cronus বা Kronos)[1] (প্ৰাচীন গ্ৰীক: Κρόνος Kronos), টাইটানসকলৰ প্ৰথম পুৰুষৰ সৰ্বকনিষ্ঠ আৰু নেতা আছিল। টাইটান সমূহ গেইয়া (পৃথিৱী) আৰু ইউৰেনাচ অৰ্থাৎ আকাশৰ দৈৱিক বংশধৰ আছিল। তেওঁ নিজৰ পিতৃক সিংহাসনচ্যুত কৰে আৰু পাচত তেওঁৰেই সন্তান জ্যুচে তেওঁক সিংহাসনচ্যুত কৰি টাৰটাৰাচত বন্দী কৰি থয়।
ক্ষিপ্ৰ তথ্য ক্ৰণচ (Cronus/Kronos), অধিষ্ঠান ...
ক্ৰণচ (Cronus/Kronos) | |
---|---|
অধিষ্ঠান | পৃথিৱী |
প্ৰতীক | কাঁচি |
প্ৰণয়ী/দাম্পত্যসঙ্গী | ৰীয়া |
পিতৃমাতৃ | গেইয়া আৰু ইউৰেনাচ |
ভাতৃ-ভগ্নী | ৰীয়া, অচিনাচ, হাইপেৰীয়ন, থেইয়া, ক'য়েআচ, ফিবী, লেপিটাচ, ক্ৰাইয়াচ, নীম'চিনী, টেথীচ আৰু থেমিচ |
সন্তান | জ্যুচ, হীৰা, প'জাইডন, হেডিচ, হেষ্টীয়া, ডীমিটাৰ, চিৰণ |
বন্ধ কৰক
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |