চেৰেছ
গ্ৰহাণু / From Wikipedia, the free encyclopedia
চেৰেছ (প্রতীক: )[11] সৌৰজগতৰ সবাতোকৈ ক্ষুদ্ৰ আৰু গ্ৰহাণুবলয়ৰ একমাত্ৰ বাওনা গ্ৰহ। ইটালীয় জ্যোতিৰ্বিদ গুইছেপ্পি পিয়াজ্জিয়ে ১৮০১ খৃষ্টাব্দৰ প্ৰথম দিনাই (অৰ্থাত ১ জানুৱাৰী, ১৮০১) এই গ্ৰহটো আৱিস্কাৰ কৰিছিল [12]। চেৰেছ নামটোৰ উৎস হৈছে ৰোমান দেৱী চেৰেছ যাক শস্য, ফল-মূল তথা মাতৃস্নেহৰ দেৱী বুলি জনা যায়।
এই সৌৰজগত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য আৱিষ্কাৰ, আৱিষ্কাৰক ...
হাবল মহাকাশ দূৰবীণযোগে প্ৰাপ্ত চেৰেছ গ্ৰহৰ চিত্ৰ | |||||||||
আৱিষ্কাৰ[1] | |||||||||
---|---|---|---|---|---|---|---|---|---|
আৱিষ্কাৰক | Giuseppe Piazzi | ||||||||
আৱিষ্কাৰৰ তাৰিখ | 1 January 1801 | ||||||||
বিৱৰণ | |||||||||
এমপিচি পদমৰ্যাদা | 1 Ceres | ||||||||
উচ্চাৰণ | /ˈsɪəriːz/[2][3] or as লেটিন: Cerēs | ||||||||
নামকৰণৰ উৎস | Ceres | ||||||||
বিকল্প নামসমূহ | A899 OF; 1943 XB | ||||||||
ক্ষুদ্ৰ গ্ৰহসমূহৰ শ্ৰেণী | dwarf planet main belt | ||||||||
বিশেষণ | Cererian /sɨˈrɪəri.ən/[4] | ||||||||
কক্ষপথৰ বৈশিষ্ট্য[5] | |||||||||
যুগ June 18, 2009 (JD 2455000.5) | |||||||||
অপসূৰ | 446669320km(446,669,320km) | ||||||||
অনুসূৰ | 380995855km(380,995,855km) | ||||||||
অৰ্ধ-মুখ্য অক্ষ | 413832587km(413,832,587km) | ||||||||
উৎকেন্দ্ৰতা | 0.07934 | ||||||||
কক্ষীয় পৰ্যায়কাল | 4.60 yr 1680.5 d | ||||||||
গড় কক্ষীয় দ্ৰুতি | 17.882 km/s | ||||||||
গড় দ্ৰুতি | 27.448° | ||||||||
নতি | 10.585° to Ecliptic 9.20° to Invariable plane[6] | ||||||||
উদ্বিন্দুৰ দ্ৰাঘিমা | 80.399° | ||||||||
অনুসূৰৰ উৎপত্তি | 72.825° | ||||||||
উপযুক্ত কক্ষপথৰ উপাদান[7] | |||||||||
উপযুক্ত অৰ্ধ-মুখ্য অক্ষ | 2.7670962 AU | ||||||||
উপযুক্ত উৎকেন্দ্ৰতা | 0.1161977 | ||||||||
উপযুক্ত নতি | 9.6474122° | ||||||||
উপযুক্ত গড় গতি | 78.193318 ডিগ্ৰী / বছৰ | ||||||||
উপযুক্ত কক্ষীয় পৰ্যায়কাল | 4.60397 বছৰ (1681.601 দি) | ||||||||
অনুসূৰৰ অয়নচলন | 54.070272 আৰ্কছেকেণ্ড / বছৰ | ||||||||
ঊৰ্ধ্বগামী নোডৰ অয়নচলন | −59.170034 আৰ্কছেকেণ্ড / বছৰ | ||||||||
ভৌতিক বৈশিষ্ট্যসমূহ | |||||||||
বিষুৱীয় ব্যাসাৰ্ধ | 487.3 ± 1.8 km | ||||||||
মেৰু ব্যাসাৰ্ধ | 454.7 ± 1.6 km | ||||||||
পৃষ্ঠৰ ক্ষেত্ৰফল | 2,850,000 sq km | ||||||||
ভৰ | 9.43 ± 0.07×1020 kg 0.00015 Earths 0.0128 Moons | ||||||||
গড় ঘনত্ব | 2.077 ± 0.036 g/cm3 | ||||||||
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | 0.27 m/s2 0.028 g[8] | ||||||||
পলায়ন বেগ | 0.51 km/s[8] | ||||||||
নাক্ষত্ৰিক ঘূৰ্ণনকাল | 0.3781 d 9.074170 h[9] | ||||||||
অক্ষীয় ঢাল | about 3° | ||||||||
উত্তৰ মেৰুৰ বিষুৱাংশ | 19 h 24 min 291° | ||||||||
উত্তৰ মেৰুৰ বিষুৱলম্ব | 59° | ||||||||
প্ৰতিফলন অনুপাত | 0.090 ± 0.0033 (V-band geometric) | ||||||||
| |||||||||
বৰ্ণালীৰ ধৰণ | C | ||||||||
আপাত মান | 6.7 to 9.32 | ||||||||
পৰম মান (H) | 3.36 ± 0.02 | ||||||||
কৌণিক ব্যাস | 0.84"[10] to 0.33"[8] | ||||||||
বন্ধ কৰক
৯৫০ কিলোমিটাৰ ব্যাসৰ অধিকাৰী চেৰেছ গ্ৰহাণুপুঞ্জৰ সবাতোকৈ ডাঙৰ জ্যোতিষ্ক। গ্ৰহাণুপুঞ্জৰ সকলো গ্ৰহাণুৰ মুঠ ভৰৰ প্ৰায় এক-তৃতীয়াংশ ভৰ চেৰেছতেই আছে। সাম্প্ৰতিক পৰ্যবেক্ষনসমূহৰ পৰা জনা যায়, চেৰেছৰ পৃষ্ঠ সম্ভৱত পানী, বৰফ আৰু পানীত দ্ৰৱীভূত বিভিন্ন খনিজ পদাৰ্থৰ মিশ্ৰনৰ পৰা তৈয়াৰ হৈছে।