দশৰথ দাস
From Wikipedia, the free encyclopedia
দশৰথ দাস (ইংৰাজী: Dasarath Das; ১৯ নবেম্বৰ ১৯৪২-২১ অক্টোবৰ ২০২৩ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ এজন সংগীত পৰিচালক আৰু কণ্ঠশিল্পী আছিল। তেওঁ দুখন অসমীয়া চলচ্চিত্ৰ সেন্দূৰ আৰু ৰেলৰ আলিৰ দুবৰী বনৰো সংগীত পৰিচালনা কৰিছে।[1]
ক্ষিপ্ৰ তথ্য দশৰথ দাস, জন্ম ...
দশৰথ দাস | |
---|---|
জন্ম | ১৯ নৱেম্বৰ, ১৯৪২ আংগুলিয়া, বাক্সা, অসম |
মৃত্যু | ২১ অক্টোবৰ, ২০২৩ (৮০ বছৰ) বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, বৰপেটা |
পেচা | সংগীত পৰিচালক, গীতিকাৰ, কণ্ঠশিল্পী |
বন্ধ কৰক