![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/76/Mentha_arvensis_2005.08.28_09.49.00.jpg/640px-Mentha_arvensis_2005.08.28_09.49.00.jpg&w=640&q=50)
পদিনা
ফুল জাতীয় উদ্ভিদৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
পদিনা (ইংৰাজী: Field Mint, Wild Mint বা Corm Mint) এবিধ লতাজাতীয় সুগন্ধি শাক। এই শাক প্ৰধানকৈ ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চল, এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চল, পূব ছাইবেৰিয়া আৰু দক্ষিণ আমেৰিকাত পোৱা যায়।[1][2][3]
ক্ষিপ্ৰ তথ্য পদিনা, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
পদিনা | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Lamiales |
পৰিয়াল: | Lamiaceae |
গণ: | Mentha |
প্ৰজাতি: | M. arvensis |
বৈজ্ঞানিক নাম | |
Mentha arvensis L. |
বন্ধ কৰক