হিতেশ্বৰ শইকীয়া
From Wikipedia, the free encyclopedia
হিতেশ্বৰ শইকীয়া (ইংৰাজী: Hiteswar Saikia, জন্ম: ১৯৩৪ – মৃত্যু: ১৯৯৬) হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।[1] তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দুবাৰকৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেহঁ মিজোৰামৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ চৈয়দা আনোৱাৰা টাইমূৰ আৰু কেশৱ চন্দ্ৰ গগৈৰ মন্ত্ৰীসভাত শিক্ষামন্ত্ৰীৰ পদত আছিল।[2]
ক্ষিপ্ৰ তথ্য হিতেশ্বৰ শইকীয়া, মুখ্যমন্ত্ৰী ...
হিতেশ্বৰ শইকীয়া | |
---|---|
মুখ্যমন্ত্ৰী[1] | |
কাৰ্যকাল ২৭ ফেব্ৰুৱাৰী, ১৯৮৩ – ২৩ ডিচেম্বৰ, ১৯৮৫[1] | |
নেতা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
পূৰ্বসূৰী | কেশৱ চন্দ্ৰ গগৈ |
উত্তৰসূৰী | প্ৰফুল্ল কুমাৰ মহন্ত[1] |
মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ৩০ জুন, ১৯৯১ – ২২ এপ্ৰিল, ১৯৯৬ | |
পূৰ্বসূৰী | প্ৰফুল্ল কুমাৰ মহন্ত |
উত্তৰসূৰী | ভূমিধৰ বৰ্মন |
ব্যক্তিগত তথ্য | |
জন্ম | ৩ অক্টোবৰ, ১৯৩৪ সাপেখাতি, শিৱসাগৰ জিলা |
মৃত্যু | ২২ এপ্ৰিল, ১৯৯৬ চন দিল্লী |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ড॰ হেমপ্ৰভা শইকীয়া |
সন্তান | দেবব্ৰত (পুত্ৰ) অশোক (পুত্ৰ) গৌতম (পুত্ৰ) |
বন্ধ কৰক