মিজোৰাম
উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য / From Wikipedia, the free encyclopedia
মিজোৰাম (ইংৰাজী: Mizoram) (ইয়াৰ অৰ্থ হৈছে: মি 'মানুহ', জো 'পাহাৰ', ৰাম 'দেশ', পাহাৰীয়া লোকৰ দেশ/ মিজো লোকৰ") হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াক চাৰিওদিশৰপৰা ত্ৰিপুৰা, অসম, মণিপুৰ তথা প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু ম্যানমাৰে আগুৰি আছে। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়। মিজোৰামৰ ৰাজধানী হৈছে আইজল।
ক্ষিপ্ৰ তথ্য মিজোৰাম, দেশ ...
মিজোৰাম | |||
---|---|---|---|
— ৰাজ্য — | |||
ওপৰৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: ভাণ্টাউং জলপ্ৰপাত, বেইনো/বয়নুৰ দুৰ্গ, চেৰাউ নৃত্য প্ৰদৰ্শন কৰা মিজো পুৰুষ-মহিলা, চাম্পাই চহৰ | |||
|
|||
ভাৰতবৰ্ষৰ মানচিত্ৰত মিজোৰামৰ অৱস্থিতি | |||
ভৌগোলিক স্থানাংক (আইজল): 23.36°N 92.8°E / 23.36; 92.8 | |||
দেশ | ভাৰত | ||
গঠন | ২০ ফেব্ৰুৱাৰী ১৯৮৭ | ||
ৰাজধানী | আইজল | ||
জিলা | ৪ খন | ||
চৰকাৰ | |||
- ৰাজ্যপাল | |||
- মুখ্যমন্ত্ৰী | |||
- বিধান সভা আসন | এককক্ষীয় (৪০খন আসন) | ||
- লোকসভা সমষ্টি | ১ | ||
- উচ্চ ন্যায়ালয় | গুৱাহাটী উচ্চ ন্যায়ালয় আইজল আসন | ||
মাটিকালি | |||
- মুঠ | ২১,০৮১ কি.মি.২ (৮,১৩৯.৪ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | 24th | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ১০,৯১,০১৪ জন | ||
- স্থান | ২৭thতম | ||
- জনঘনত্ব | ৫১.৮ প্ৰতি বৰ্গ কি.মি. (১৩৪ প্ৰতি বৰ্গ মাইল) |
||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+05:30) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-MZ | ||
মানব বিকাশ সূচাংক (HDI) | 0.790 (high) | ||
মানব বিকাশ সূচাংকস্থান | দ্বিতীয় (২০০৫) | ||
সাক্ষৰতা হাৰ | ৮৯.৯% (দ্বিতীয়) | ||
চৰকাৰী ভাষা | মিজো.[1] | ||
ৱেবছাইট | mizoram.gov.in |
বন্ধ কৰক