২১ ছেপ্টেম্বৰ (ইংৰাজী: 21 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৪তম (অধিবৰ্ষত ২৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০১টা দিন বাকী থাকে।
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
- ১৯৪৯ - মণিপুৰ ভাৰতৰ লগত অন্তৰ্ভুক্ত হয়।
- ১৭৩৭ - ফ্ৰান্সিছ হ'পকিনছন, আমেৰিকান লেখক আৰু আমেৰিকাৰ প্ৰথম জাতীয় পতাকা আৰ্হি নিৰ্মাতা।
- ১৮৬৬ - এইছ জি ৱেলছ, বিখ্যাত ইংৰাজী কল্পবিজ্ঞান কাহিনী লেখক। তেখেতৰ দুখন বিখ্যাত কিতাপ হ'ল - দা ৱাৰ অৱ দা ৱৰ্ল্ডছ আৰু দা টাইম মেছিন।
- ১৮৯৮ - তুষাৰকান্তি ঘোষ, আন্তৰ্জাতিক খ্যাতি সম্পন্ন ভাৰতীয় বঙালী সাংবাদিক আৰু লেখক। (মৃত্যুঃ ২৯ আগষ্ট, ১৯৯৪)
- ১৯০৯ - ক্বোৱামে এনক্ৰোমা (Kwame Nkrumah), ঘানাৰ প্ৰথম প্ৰধান মন্ত্ৰী আৰু প্ৰথম ৰাষ্ট্ৰপতি।
- ১৯৩১ - চিউকুৰো "চুকি" মানাবে জাপানী মূলৰ আমেৰিকান জলবায়ুবিদ আৰু বতৰবিজ্ঞানী।
- ১৯৩৪ - ডেভিদ জেমছ থুলছ, ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী।
- ১৯৫১ - ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, অসমীয়া লেখক, সমালোচক, অধ্যাপক আৰু প্ৰাৱন্ধিক।
- ১৯৫৪ - শ্বিঞ্জ’ আবে, জাপানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতি।
- ১৯৫৫ - গুলছন গ্ৰ'ভাৰ, বলীউডৰ বিখ্য়াত খলনায়ক অভিনেতা।
- ১৯৭৯ - ক্ৰিছ গেইল, ৱেষ্ট ইণ্ডিজৰ বিখ্য়াত ক্ৰিকেট খেলুৱৈ।
- ১৯৮০ - কৰিণা কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৮ - নয়নমণি শইকীয়া, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ।
- ১৯ খ্ৰীষ্টপূৰ্ব - ভাৰ্জিল (Virgil), প্ৰাচীন ৰোমান কবি।
- ১৩২৭ - এডৱাৰ্ড দ্বিতীয়, ইংলেণ্ডৰ ৰজা।
- ১৫৫৮ - চাৰ্লছ পঞ্চম, স্পেইন আৰু ৰোমৰ সম্ৰাট।
- ১৫৭৬ - গিৰ'লাম' কাৰ্ডান' (Gerolamo Cardano), ইটালীৰ এজন গণিতজ্ঞ আৰু বিজ্ঞানী। ঋণাত্মক সংখ্যাৰ বাবে জনাজাত।
- ২০২২ - ৰাজু শ্ৰীবাস্তৱ, কৌতুক অভিনেতা আৰু ৰাজনীতিবিদ, গজোধৰ নামেৰে খ্যাত। (জন্ম: ২৫ ডিচেম্বৰ, ১৯৬৩)