From Wikipedia, the free encyclopedia
ৰঙিয়া বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৫৭ হৈছে ৰঙিয়া বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] ৰঙিয়া কামৰূপ জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। মঙলদৈ লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, কামৰূপ জিলাৰ কমলপুৰ, নলবাৰী জিলাৰ নলবাৰী, ওদালগুৰি জিলাৰ পানেৰী, ওদালগুৰি, মাজবাট আৰু দৰং জিলাৰ কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও। বৰ্তমান ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক হৈছে ভৱেশ কলিতা।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.