ৰৌ মাছ
মাছৰ প্রজাতি / From Wikipedia, the free encyclopedia
ভাৰতীয় কাৰ্প নামেৰে জনাজাত অন্য মাছবোৰৰ বাবে, ভাৰতীয় কাৰ্প চাওক।
ৰৌ মাছ বা ৰ'হ' লেবিঅ' (roho labeo) হৈছে দক্ষিণ এচিয়াৰ নদী সমুহত পোৱা, কাৰ্প পৰিয়ালৰ অন্তৰ্গত মাছৰ এটা প্ৰজাতি। ই সৰ্বভোজী।[1] ইয়াৰ সৰ্বাধিক দৈৰ্ঘ্য 2 মিটাৰ (6.6 ফুট) পৰ্যন্ত আৰু ওজন প্ৰায় ১১০ কেজি (২৪০ পাউণ্ড) পৰ্যন্ত হয়। নেপালৰ দক্ষিণ অঞ্চলত সৰ্বাধিক ওজনৰ ৰৌ মাছ পোৱাত তথ্য আছে।[2] ভাৰতৰ তিনিবিধ প্ৰধান কাৰ্প পৰিয়ালৰ মাছ হৈছে ৰৌ মাছ, বাহু মাছ আৰু মিৰিকা মাছ।
ক্ষিপ্ৰ তথ্য ৰৌ মাছ, সংৰক্ষণ স্থিতি ...
ৰৌ মাছ | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Actinopterygii |
বৰ্গ: | Cypriniformes |
পৰিয়াল: | Cyprinidae |
গণ: | Labeo |
প্ৰজাতি: | L. rohita |
বৈজ্ঞানিক নাম | |
Labeo rohita এফ. হেমিল্টন, ১৮২২ |
বন্ধ কৰক