অসমৰ সংগীত

From Wikipedia, the free encyclopedia

অসমৰ সংগীত
Remove ads

উত্তৰ-পূব ভাৰতঅসমৰ সংগীতসমূহ হ’ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীতসমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীতসমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাৱ দেখা যায়।

ক্ষিপ্ৰ তথ্য ভাৰতৰ সংগীত, প্ৰকাৰ ...
Remove ads

বিবিধ প্ৰকাৰৰ সংগীতসমূহ:

অসমৰ জনসংখ্যাৰ বিবিধতা অনুসৰি লোকসংগীতৰো ততোধিক ভিন্নতা আছে। প্ৰত্যেক ধৰণৰ লোকসংগীততে প্ৰায়েই অন্যান্য এক বা ততোধিক সংগীতৰ প্ৰভাৱ দেখা যায়। তলত বিভিন্ন প্ৰকাৰৰ লোকসংগীতসমূহৰ এখন সূচী দিবলৈ প্ৰয়াস কৰা হ'ল।

Remove ads

অসমৰ সংগীতজ্ঞসকল:

লগতে চাওক


তথ্য সংগ্ৰহ

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads