মহাদেশ
From Wikipedia, the free encyclopedia
Remove ads
মহাদেশ (ইংৰাজী: Continent) শব্দটোৱে পৃথিৱীৰ সুবৃহৎ ভূখণ্ডসমূহৰ একো একোটা বৃহৎ অংশক বুজায়। পৃথিৱীৰ ভূখণ্ডক মহাদেশত ভাগ কৰাৰ কোনো এক নিৰ্দিষ্ট নিয়ম নাই।[1] ইয়াৰ বাবে বিভিন্ন মডেল প্ৰচলিত। সচৰাচৰ সাত মহাদেশ মডেল অনুসৰি মহাদেশকেইখন হৈছে: এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কুমেৰু বা এণ্টাৰ্কটিকা।
Remove ads
তলত মহাদেশসমূহক ভাগকৰাৰ বিভিন্ন মডেলবোৰক তালিকাভূক্ত কৰা হৈছে:
Remove ads
ক্ষেত্ৰফল আৰু জনসংখ্যা
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
অতিৰিক্ত তথ্য: List of continents by population

The following table summarises the area and population of each continent using the seven continent model, sorted by decreasing area.[11]
The total land area of all continents is ১৪,৮৬,৪৭,০০০ বৰ্গ কি.মি. (1.48647×1014 বৰ্গ মিটাৰ), or 29.1% of earth's surface (51,00,65,600 বৰ্গ কি.মি.s / 5.100656×1014 square metres).
A rough estimate of the total population of all the continents is 7,000,000,000.
Remove ads
তথ্যসূত্ৰ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads