অসমীয়া ব্যঞ্জনবৰ্ণৰ অন্যতম From Wikipedia, the free encyclopedia

ন
Remove ads

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ন'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ন' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

Thumb

স্বৰবৰ্ণৰ লগত যোগ হ'লে

অধিক তথ্য স্বৰবৰ্ণ, 'ন'ৰ লগত যোগ হ'লে ...

যুক্তবৰ্ণ (ন যোগ)

ন্ + ত + ৱ = ন্ত্ব = সান্ত্বনা
ন্ + থ = ন্থ = গ্ৰন্থ
ন্ + দ = ন্দ = মন্দ
ন্ + ধ = ন্ধ = অন্ধ
ন্ + ন = ন্ন = অন্ন
ন্ + ব = ন্ব = অন্বেষণ
ন্ + ম = ন্ম = জন্ম
ন্ + য় = ন্য = মান্য
ন্ + স = ন্স = ফ্ৰান্স

'ন'ৰে আৰম্ভ শব্দৰ উদাহৰণ

তথ্যসংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads