অৰুণাচল প্ৰদেশ
From Wikipedia, the free encyclopedia
অৰুণাচল প্ৰদেশ (হিন্দী: अरुणाचल प्रदेश, উচ্চাৰণ: [ərʊˈɳaːtɕəl prəˈd̪eːɕ] ( শুনক)) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক। সংস্কৃতত অৰুণাচল প্ৰদেশৰ অৰ্থ "পুৱতিৰ আলোকেৰে আলোকিত দেশ "[4] উত্তৰ-পূব ভাৰতত ইয়াৰ অৱস্থানৰ বাবে অৰুণাচল প্ৰদেশক সূৰ্য্য উঠা দেশ বুলিও জনা যায়।[5] ("প্ৰদেশৰ" অৰ্থ "ৰাজ্য", বা "অঞ্চল")। উত্তৰ-পূৱ ভাৰতৰ আন আন ৰাজ্যৰ দৰে অৰুণাচল প্ৰদেশৰো সৰহ সংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী বিখ্যাত লিডু-বাৰ্মা পথ (ষ্টিলৱেল পথ)ৰাজ্যখনৰ পূৱ প্ৰান্তেদি গৈছে।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য অৰুণাচল প্ৰদেশ, দেশ ...
অৰুণাচল প্ৰদেশ | |||
---|---|---|---|
— ৰাজ্য — | |||
ওপৰৰ বাওঁফালৰ পৰা সোঁফালে: গোল্ডেন পেগোডা, নামছাই, টাৱাং মঠ, টুটছা নাগা নৃত্যশিল্পী, জিৰো উপত্যকা, পাক্কে বাঘ সংৰক্ষিত বনাঞ্চল, ছেলা পাছ | |||
|
|||
ভাৰতৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ অৱস্থান | |||
অৰুণাচল প্ৰদেশৰ মানচিত্ৰ | |||
ভৌগোলিক স্থানাংক (ইটানগৰ): 27.06°N 93.37°E / 27.06; 93.37 | |||
দেশ | ভাৰত | ||
গঠন | ২০ ফেব্ৰুৱাৰী ১৯৮৭ | ||
ৰাজধানী | ইটানগৰ | ||
জিলাসমূহ | 16 | ||
চৰকাৰ | |||
- ৰাজ্যপাল | ব্ৰিগেদিয়াৰ বি.ডি. মিশ্ৰ | ||
- মুখ্যমন্ত্ৰী | পেমা খান্দু (ভাজপা) | ||
- বিধান সভাৰ আসন | ৬০ খন | ||
- লোকসভাৰ আসন | ২ খন | ||
- উচ্চ ন্যায়ালায় | গুৱাহাটী উচ্চ ন্যায়ালয় | ||
মাটিকালি | |||
- মুঠ | ৮৩,৭৪৩ কি.মি.২ (৩২,৩৩৩.৪ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ১৪শ | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ১৩,৮২,৬১১ জন | ||
- স্থান | ২৬তমতম | ||
- জনঘনত্ব | ১৬.৫ প্ৰতি বৰ্গ কি.মি. (৪২.৮ প্ৰতি বৰ্গ মাইল) |
||
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+05:30) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-AR | ||
মানৱ সম্পদ বিকাশ সূচাংক | ০.৬১৭ (মধ্যম) | ||
HDI স্থান | ১৮শ (২০০৫) | ||
সাক্ষৰতা | ৬৬.৯৫% | ||
চৰকাৰী ভাষা | ইংৰাজী[1][2][3] | ||
ৱেবছাইট | arunachalpradesh.nic.in |
বন্ধ কৰক