দেৱনাগৰী লিপি

ভাৰতীয় উপমহাদেশত ব্যৱহৃত লিপি From Wikipedia, the free encyclopedia

দেৱনাগৰী লিপি
Remove ads

দেৱনাগৰী ভাৰতীয় উপমহাদেশত ব্যৱহৃত প্ৰাচীন ব্ৰাহ্মী লিপিৰ ওপৰত ভিত্তি কৰি বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয় ৷ প্ৰাচীন ভাৰতত খ্ৰীষ্টীয় ১ম শতিকাৰ পৰা চতুৰ্থ শতিকালৈকে ইয়াৰ বিকাশ ঘটিছিল আৰু খ্ৰীষ্টীয় সপ্তম শতিকালৈকে ইয়াৰ নিয়মীয়া ব্যৱহাৰ হৈছিল। ১৪টা স্বৰবৰ্ণ আৰু ৩৩টা ব্যঞ্জনবৰ্ণকে ধৰি ৪৭টা প্ৰাথমিক বৰ্ণ থকা দেৱনাগৰী লিপি ১২০টাতকৈও অধিক ভাষাৰ বাবে ব্যৱহাৰ কৰা হয়। ই বিশ্বৰ ভিতৰতে চতুৰ্থ সৰ্বাধিক গ্ৰহণ কৰা লিখন ব্যৱস্থা[8]

ক্ষিপ্ৰ তথ্য Devanāgariदेवनागरी, প্ৰকাৰ ...
Thumb
দেৱনাগৰীত ৰচিত ঋগবেদৰ পাণ্ডুলিপি
Remove ads

তথ্যসূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads